Parags FinDemy

Parags FinDemy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Parags FinDemy, Financial Consultant, Hawajan gohpur Road, Gohpur.

সহজ অসমীয়াত Stock Market & Mutual Fund শিকাওঁ। অসমীয়া মানুহৰ Financial Planning কৰো।
Beginners ৰ বাবে Step-by-Step Investing Guidance!
অসমৰ Most Trusted Wealth guide !

05/05/2026

দৰমহা মাহত ১৫000, ২ কোটিৰ Retirement Plan!

আমাৰ সেৱা সমূহ:
১. আমি আপোনাৰ goal অনুসৰি Financial Planning কৰো।
২. Investment ক'ত কেনেকৈ কৰিব তাক শিকাও।
৩. Stock Positional Trading শিকাও যাতে আপুনি ইয়াক এটা বেৱসায় হিচাপে ল'ব পাৰে।
WhatsApp কৰক
086380 35007

আমাৰ App FinDemy Playstore ত পাব
Download কৰক👇
https://gntuxv.on-app.in/app/home?orgCode=gntuxv&referrer=utm_source=copy-link&utm_medium=tutor-app-referral

04/05/2026

Congratulations!
আশা কৰিছো অসমক উন্নতিৰ জখলাত আৰু আগবঢ়াই লৈ যাব আপোনাৰ নেতৃত্বই।

02/05/2026

তেখেতৰ 22 লাখ ৰ লোন ৰ পৰা Free হৈ ২ কোটি Corpus লৈ Financial Planning কৰি দিয়া হ'ল ।
Client গৰাকীৰ ঘৰ গুৱাহাটীত, Google meet Consulting ৰ জৰিয়তে Discussion কৰা হয়।

Call/Whatsaap 086380 35007

শিকিবলৈ আগ্ৰহী হ'লে Download কৰক আমাৰ App
https://gntuxv.on-app.in/app/home?orgCode=gntuxv&referrer=utm_source=copy-link&utm_medium=tutor-app-referral

💸 ₹499 ত আৰম্ভ কৰক আপোনাৰ Financial Freedom Journey!আপুনি এতিয়াও ভাবি আছে নেকি কেনেকৈ টকা বৃদ্ধি কৰিব?Stock Market, Mut...
01/05/2026

💸 ₹499 ত আৰম্ভ কৰক আপোনাৰ Financial Freedom Journey!

আপুনি এতিয়াও ভাবি আছে নেকি কেনেকৈ টকা বৃদ্ধি কৰিব?
Stock Market, Mutual Fund বা Financial Planning বুজি নাপাই চিন্তাত আছেনে?

👉 এতিয়া চিন্তা শেষ কৰক!

📚 আমাৰ Courses সমূহ:
✅ Stock Trading (Beginner to Advanced)
✅ Mutual Fund Investing (SIP, Long-Term Wealth Creation)
✅ Financial Freedom Blueprint (Step-by-Step Guidance)

01/05/2026

SIP STP SWP
Invest- keep Growing- Enjoy Life

30/04/2026

S3 Formula মোখ্য প্ৰাপ্তি ৰ বাবে।
SIP - ধন গঢক
STP- ধন সুৰক্ষিত কৰি বঢাওক
SWP- ধন খৰচ কৰক আৰু মোখ্য প্ৰাপ্তি কৰক

আমাৰ সেৱা সমূহ:
১. আমি আপোনাৰ goal অনুসৰি Financial Planning কৰো।
২. Investment ক'ত কেনেকৈ কৰিব তাক শিকাও।
৩. Stock Positional Trading শিকাও যাতে আপুনি ইয়াক এটা বেৱসায় হিচাপে ল'ব পাৰে।
WhatsApp কৰক
086380 35007

আমাৰ App FinDemy Playstore ত পাব
Download কৰক👇
https://gntuxv.on-app.in/app/home?orgCode=gntuxv&referrer=utm_source=copy-link&utm_medium=tutor-app-referral

29/04/2026
28/04/2026

টকা পইছাৰ সমস্যা ত পৰি আছে নেকি?
Japanese Book Happy Money ৰ পৰা এই Trick টো apply কৰি চাব পাৰে!
That really works!

আমি  ইতিমধ্যে যোৱা ৩ বছৰ ধৰি 1500+ মানুহক Financial Planningত help কৰিছো 3000+ মানুহক Trading and Investing শিকাইছো আৰু ...
26/04/2026

আমি ইতিমধ্যে যোৱা ৩ বছৰ ধৰি 1500+ মানুহক Financial Planningত help কৰিছো 3000+ মানুহক Trading and Investing শিকাইছো আৰু এই খেত্ৰত আমাৰ 8+ Years of Experience আছে।

আপুনি কেনেধৰণৰ সহায় বিচাৰে? 👇

1️⃣ Financial Planning আৰু Investment আৰম্ভ কৰিব লাগে
2️⃣ Already invest কৰিছো, improve কৰিব লৈ Guidance and Plan লাগে
3️⃣ Income কম, increase কৰিব লাগে
4️⃣ Debt / loan problem আছে
5️⃣ Stock Market Trading and Investing শিকিব বিচাৰো!

Parags FinDemy WhatsApp: 8638035007

App Link: https://gntuxv.on-app.in/app/home?orgCode=gntuxv&referrer=utm_source=copy-link&utm_medium=tutor-app-referral
Website : www.paragsfindemy.com

ধন্যবাদ 🙏

26/04/2026

All about mutual Funds!

25/04/2026

অসমীয়া মানুহে Investing কি বুজি নাপাই!
যাৰ বাবে লোন লৈ দেওলিয়া হয়।

আমাৰ সেৱা সমূহ:
১. আমি আপোনাৰ goal অনুসৰি Financial Planning কৰো।
২. Investment ক'ত কেনেকৈ কৰিব তাক শিকাও।
৩. Stock Positional Trading শিকাও যাতে আপুনি ইয়াক এটা বেৱসায় হিচাপে ল'ব পাৰে।
WhatsApp কৰক
086380 35007

আমাৰ App FinDemy Playstore ত পাব
Download কৰক👇
https://gntuxv.on-app.in/app/home?orgCode=gntuxv&referrer=utm_source=copy-link&utm_medium=tutor-app-referral

⚠️ Disclaimer:

এই ভিডিঅটো কেৱল শিক্ষামূলক আৰু তথ্যৰ বাবে তৈয়াৰ কৰা হৈছে। ইয়াত দিয়া সকলো তথ্য আমাৰ ব্যক্তিগত research আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে।

এইটো কোনো ধৰণৰ financial, investment বা trading advice নহয়।

Stock Market-ত বিনিয়োগ market risk ৰ সৈতে জড়িত। সেয়ে যিকোনো বিনিয়োগ কৰাৰ আগতে নিজে research কৰক বা এজন certified financial advisor ৰ পৰামৰ্শ লওক।

এই ভিডিঅ’ত দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি কৰা কোনো লাভ বা লোকচানৰ বাবে আমি দায়ী নহওঁ।

Address

Hawajan Gohpur Road
Gohpur
784169

Alerts

Be the first to know and let us send you an email when Parags FinDemy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Parags FinDemy:

Share